Indian University Press | Kaziranga | Textbook | Class 5 |

Special Price Rs 258.00 13% off Rs 297.00
In stock
SKU
SBKINDU1406
(MRP is inclusive of all taxes)
Indian University Press | Kaziranga | Textbook | Class 5 |
  • ছাত্র-ছাত্রীৰ বয়স, মানসিক বিকাশ আৰু বৌদ্ধিক ক্ষমতা অনুসৰি পাঠসমূহৰ পৰিকল্পনা।
  • ভাষা-শিক্ষাৰ চাবিটা কৌশলৰ উপৰি ল বা-ছোৱালীব কল্পনা, অনুমান, অনুভব আদি অভিব্যক্তিসমূহৰ বিকাশত বিশেষ গুরুত্ব আরোপ।
  • ছাত্র-ছাত্রীৰ সর্বাংগীণ বিকাশৰ অর্থে আনবর্ধক, সুরুচিপূর্ণ আৰু সাৰগৰ্ভ পাঠ্যসামগ্ৰীৰ সংযোজন।
  • আকর্ষণীয় বস্তীন ছবিৰ লগতে শিশু উপযোগী সবল আৰু সবস ভাষাৰ প্রয়োগ।
  • অসমৰ সাহিত্য-সংস্কৃতি, ইতিহাস-ভূগোল, ক্রীড়া-উৎসব, ঐতিহ্য সম্পর্কীয় বিভিন্ন পাঠৰ সমাবেশ।
  • চাওলুং চুকাফাৰ পৰা জয়মতী পূবৰীলৈ, শংকৰ-মাধৱৰ পৰা ড ভূপেন হাজৰিকালৈ অসমৰ জাতীয় জীবনৰ প্রাতঃস্মৰণীয় ব্যক্তিসকলৰ ওপৰত গভীৰ আলোকপাত।
  • মূল্যবোধ সম্পর্কীয় শিক্ষাৰ ওপৰত বিশেষ গুরুত্ব আৰোপ।
  • বাষ্ট্রীয় শিক্ষা-নীতি (NEP 2020), বাষ্ট্রীয় পাঠ্যক্রম বিধি (NCF), বাষ্ট্রীয় শৈক্ষিক গবেষণা আৰু প্রশিক্ষণ পৰিষদ (NCERT) আক
  • কেন্দ্রীয় মাধ্যমিক শিক্ষা পরিষদ (CBSE)- ব নির্দেশনা অনুসৰি প্রস্তুত।
More view
We found other products you might like!
WhatsApp Chat WhatsApp Chat